শ্ৰী পুণ্ডালিক

১৯১২ চনৰ আজিৰ দিনটোতে অস্বীকৃত কিন্তু ৰাজা হৰিচন্দ্ৰতকৈ এবছৰ আগতেই ভাৰতৰ প্ৰথম চিনেমা হিচাপে "শ্ৰী পুণ্ডালিক"য়ে মুক্তি পায়। শ্ৰী পুণ্ডালিকৰ প্ৰযোজনা আৰু নিৰ্দেশনাত আছিল ৰামাচন্দ্ৰ গোপাল দাদাচাহেব তোৰণে ৷

ৰামাচন্দ্ৰ গোপালক ভাৰতীয় চিনেমাৰ পিতৃ বুলি কোৱা হয় ৷
     

         শ্ৰী পুণ্ডালিক খন সংলাপবিহীন এখন নিৰ্বাক চলচ্চিত্ৰ হে আছিল ৷ ৰামাচন্দ্ৰ গোপালে, নানাচাহেব ছিত্ৰে আৰু ৰামৰাও কিৰ্তীকাৰৰ সৈতে লগলাগি শ্ৰী পুণ্ডালিকৰ পাণ্ডুলিপি লিখি উলিয়াইছিল ৷ ২২মিনিট দৈৰ্ঘ্যৰ চলচ্চিত্ৰখন গীৰগাওমেৰ কৰোনেশ্যন চিনেম্যাটোগ্ৰাফ হ’লত মুক্তি পায় ৷ এই ছবিখন দুই সপ্তাহ ধৰি চলিছিল ৷

No comments:

Powered by Blogger.