ধৃতৰাষ্ট্ৰৰ এশ পুত্ৰ

মহাভাৰতৰ কৌৰৱ সম্ৰাট ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ পত্নী গান্ধাৰীৰ ১০১ জন সন্তান আছিল। ১০০ জন পুত্ৰ আৰু এগৰাকী কন্যা। দু:শলা আছিল তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান।



      ধৃতৰাষ্ট্ৰৰ শত পুত্ৰৰ নাম সমূহ হৈছে:

(১) দুর্যোধন
(২) যুযুত্সু
(৩) দুঃশাসন
(৪) দুঃসহ
(৫) দুঃশল
(৬) জলসন্ধ
(৭) সথ
(৮) সহ
(৯) বিন্দ
(১০) অনুবিন্দ
(১১) দুর্মর্ষ
(১২) সুবাহু
(১৩) দুষ্প্ৰধর্ষণ
(১৪) দুষ্মর্ষণ
(১৫) দুমুর্খ
(১৬) দুষ্কর্ণ
(১৭) কর্ণ
(১৮) বিবিংশতি 
(১৯) বিকর্ণ
(২০) শল



(২১) সত্ব
(২২) সুলোচন
(২৩) চিত্ৰ
(২৪) উপচিত্ৰ
(২৫) চিত্ৰংক
(২৬) চাৰুচিত্ৰ
(২৭) দুর্যদ
(২৮) দুর্বিসাহ
(২৯) বিবিত্সু 
(৩০) বিকটালন
(৩১) উনলাভ
(৩২) মুনাভ
(৩৩) নন্দ
(৩৪) উপনন্দ
(৩৫) চিত্ৰবান
(৩৬) চিত্ৰবর্ষা 
(৩৭) সুবর্ষা
(৩৮) দুর্বিৰোচন
(৩৯) আয়োবাহু
(৪০) মহাবাহু 
(৪১) চিত্ৰকুণ্ডল 
(৪২) ভীমবেগ
(৪৩) ভীমবল
(৪৪) বলাকী
(৪৫) বলবর্ধন  
(৪৬) উগায়ুধ
(৪৭) সুষেন
(৪৮) কুণ্ডোদাৰ
(৪৯) সহোদৰ
(৫০) চিত্ৰায়ুধু
(৫১) নিষংগী
(৫২) পানী
(৫৩) বৃন্দাৰক
(৫৪) দৃঢ়বর্ষা
(৫৫) দৃঢ়ক্ষত্ৰ 
(৫৬) সোমকীর্তি
(৫৭) অনুদৰ



(৫৮) দৃঢ়সন্ধ 
(৫৯) জৰাসন্ধা 
(৬০) সত্যসন্ধ
(৬১) সদঃসুবাক
(৬২) উগ্ৰশ্ৰৰা
(৬৩) উগ্ৰসেন
(৬৪) সেনানী
(৬৫) দুষ্পৰাজয়
(৬৬) অপাৰজিত
(৬৭) পণ্ডিতক
(৬৮) বিশালক্ষ 
(৬৯) দুৰাধৰ
(৭০) দৃঢ়ষ্ট
(৭১) সুহন্ত 
(৭২) বাতবেগ
(৭৩) সুবর্চা
(৭৪) আদিত্যকেতু
(৭৫) বাহকশী 
(৭৬) নাগদত্ত
(৭৭) অগ্ৰষায়ী 
(৭৮) কৰচী
(৭৯) ক্ৰথন
(৮০) দণ্ডী 
(৮১) দণ্ডধাৰ
(৮২) ধনগ্ৰহ 
(৮৩) উগ্ৰ



(৮৪) ভীমৰথ 
(৮৫) বীৰবাহু
(৮৬) আলোলুপ
(৮৭) অভয়
(৮৮) ৰুদ্ৰকর্ষা 
(৮৯) দৃঢ়ৰবাশ্ৰয়
(৯০) অনুধৃষ্য
(৯১) কুণ্ডভেদী
(৯২) বিৰাবী
(৯৩) বিচিত্ৰ কুণ্ডলী
(৯৪) প্ৰমাহী
(৯৫) বীর্যশালী 
(৯৬) দীর্ঘবাহু
(৯৭) মহাবাহু
(৯৮) কনক ধ্যান
(৯৯) কুন্যাশী
(১০০) বিৰজা

No comments:

Powered by Blogger.