বিশ্ব ৰেড ক্ৰছ দিৱস( ৮মে)

আজি বিশ্ব ৰেড ক্ৰছ দিৱস।
   দ্বিতীয় বিশ্ব যুদ্ধৰ পাছতে সমগ্ৰ বিশ্বতে শান্তিৰ হকে এক চিন্তাৰ আৰম্ভ হৈছিল। ইয়াৰ নাম দিয়া হৈছিল "Red Cross Truce"। ১৪ সংখ্যক আন্তৰ্জাতিক ৰেড ক্ৰছ সন্মিলনত গঠন হোৱা এখন কমিছনে ইয়াৰ বিষয়ে অধ্যয়ন কৰিছিল।
  কমিছন খনে ইয়াৰ অধ্যয়নৰ বিষয়ে টকিঅ'ত অনুষ্ঠিত হোৱা ১৫সংখ্যক ৰেড ক্ৰছ সন্মিলনত অৱগত কৰে।
   কমিছন খনৰ অধ্যয়নক সম্বল হিচাপে লৈ
বিশ্বৰ বিভিন্ন ঠাইত শান্তিৰ বাৰ্তা প্ৰদানৰ উদ্দেশ্যে ১৯৪৮ চনৰ ৮ মেৰ পৰা সমগ্ৰ বিশ্বত আন্তৰ্জাতিক ৰেড ক্ৰছ ডে হিচাপে পালন কৰি অহা হৈছে।
   উল্লেখযোগ্য যে ১৮২৮ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৮ মেৰ দিনটোতে ৰেড ক্ৰছৰ প্ৰতিষ্ঠাপক হেনৰী ডোনান্তৰো জন্ম হৈছিল।

No comments:

Powered by Blogger.