হাৰ্ডি আৰু ৰামানুজন

হাৰ্ডিৰ ভাষাত ৰামানুজন :
"মোৰ তেওঁক এবাৰ তেওঁৰ বেমাৰ হোৱাত চাবলৈ যোৱাৰ কথা মনত পৰে। মই টেক্সি কেব নং'১৭২৯'ৰে গৈছিলো আৰু মন কৰিলো যে সংখ্যাটো নিৰস।         "নহয়," তেওঁ উত্তৰ দিলে, "এয়া এটি অতিকৈ সৰস সংখ্যা, এয়া দুই ধৰণেৰে ঘনকৰ যোগফল হিচাপে দেখুৱাব পৰা সবাটোকৈ সৰু সংখ্যা।"

১৭২৯ = ১^৩ + ১২^৩ = ৯^৩ + ১০^৩

No comments:

Powered by Blogger.